You are here
Home > Lyrics > Assamese > Lyrics: Borokha Jetia Naame (বৰষা যেতিয়া নামে) | Zubeen Garg | Rong

Lyrics: Borokha Jetia Naame (বৰষা যেতিয়া নামে) | Zubeen Garg | Rong

Borokha Jetia Name - Zubeen Garg - Rong

.

🎵 Song: Borokha Jetia Naame (বৰষা যেতিয়া নামে)
🎤 Singer: Zubeen Garg (জুবিন গাৰ্গ)
✍️ Lyrics & Composer: Zubeen Garg
💿 Album: Rong (ৰং)

♪ ♫ Lyrics ♪ ♫

বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই
সুৰে সুৰে দেহ মন নাছিলে
এনে লাগে যেন তাতো তুমিয়েই
তুমিয়েই ৰচি আচা সুৰৰে এনাজৰি
মায়াবী কবিতাটো তুমিয়েই
বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই

জোনাকী দেশৰে সাধুকথা পালো তোমাৰে ওঠতে
মায়াবী চাৱনিৰে বহু বেথা পাহৰালা আজি তুমিয়ে
কিদৰে পাৰ হম সীমাৰ সীপাৰে
তোমাক এবাৰ চুবলে
দেহে মনে পাবলে
লবলে তোমাক এবাৰ বুকুতে
দেহে মনে পাবলে
লবলে তোমাক এবাৰ বুকুতে
আৰু যে মন নভৰে

বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই
সুৰে সুৰে দেহ মন নাছিলে
এনে লাগে যেন তাতো তুমিয়েই
তুমিয়েই ৰচি আচা সুৰৰে এনাজৰি
মায়াবী কবিতাটো তুমিয়েই ।।

কেতিয়াবা কিয় বহু দূৰ, কেতিয়াবা কিয় বহু কাষ
কেতিয়াবা কিয় বহু পথ, কেতিয়াবা কিয় তুমি মোথোঁ দুহাত
নিজৰে মাজতে তোমাক বিচাৰি
পাওঁ মাথো শুদা হাত
অচিনাকি পৃথিৱীত
নাপালোঁ… বিচাৰি সচাঁ মন
অচিনাকি পৃথিৱীত
নাপালোঁ… বিচাৰি সচাঁ মন
তুমিহে সচাঁ মন ।।

বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই
সুৰে সুৰে দেহ মন নাছিলে
এনে লাগে যেন তাতো তুমিয়েই
তুমিয়েই ৰচি আচা সুৰৰে এনাজৰি
মায়াবী কবিতাটো তুমিয়েই ।।

WATCH

 

Leave a Reply

Top