You are here
Home > Lyrics > Assamese > Lyrics: Diya Ghurai Diya (দিয়া ঘূৰাই দিয়া) | Zubeen Garg | SISHU

Lyrics: Diya Ghurai Diya (দিয়া ঘূৰাই দিয়া) | Zubeen Garg | SISHU

Lyrics - Diya Ghurai Diya (দিয়া ঘূৰাই দিয়া) - Zubeen Garg - SISHU

this

🎵 Song: Diya Ghurai Diya (দিয়া ঘূৰাই দিয়া)
🎤 Singer: Zubeen Garg (জুবিন গাৰ্গ)
✍️ Lyrics: Zubeen Garg
📝 Composer: Zubeen Garg
💿 Album: SISHU (শিশু)
🎶 Music: Zubeen Garg

♪ ♫ Lyrics ♪ ♫

দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু তৰালি সৰা চোতাল
সেয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েইচোন
পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন ।

আনা ঘূৰাই আনা
ধৰা নিভাঁজ হিয়াৰ
শেৱালি পাহিত দুভৰি ঠুনুক ঠানাক
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েইচোন
পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন ।

ক খ গ ঘ আৰু ঙ
পাটীগণিত আৰু কুঁহিপাঠ
পঢ়ালা পঢ়ি আছোঁ
শিকালা শিকি আছোঁ
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰঞ্জীৰে পাত লুটিয়ালে
আমাৰে মৰমে দিব সকীয়াই
যদিহে আমাৰে অস্তিত্ব নাই
তেনে বুৰঞ্জী কোনেও নাচায় ।।

Touch It
Touch Your Freedom
Grab It, Hold It And Bring To Your Knees
Oh, With You
We All Are With You
We Make The World Shine Like The Sun
That’s It
Touch It
Touch Your Freedom
Grab It, Hold It And Bring To Your Knees
Oh, With You
We All Are With You
We Make The World Shine Like The Sun

That’s It
Touch It
Touch Your Freedom
Grab It, Hold It And Bring To Your Knees
Oh, With You
We All Are With You
We Make The World Shine Like The Sun

WATCH

Leave a Reply

Top