Lyrics: Bhoba Kotha Nohoi Sidhi (ভবা কথা নহয় সিদ্ধি) | Zubeen Garg | SISHU Assamese Lyrics by lyfadmin - October 3, 2026October 3, 20260 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share SISHU 🎵 Song: Bhoba Kotha Nohoi Sidhi (ভবা কথা নহয় সিদ্ধি) 🎤 Singer: Zubeen Garg (জুবিন গাৰ্গ) ✍️ Lyrics & Composer: Zubeen Garg 💿 Album: SISHU (শিশু) ♪ ♫ Lyrics ♪ ♫ ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি খোজে খোজে খাবাগৈ উজুটি ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি খোজে খোজে খাবাগৈ উজুটি ধন জন মিছা মায়া সপোনৰে মাথো ছাঁয়া ধন জন মিছা মায়া সপোনৰে মাথো ছাঁয়া নাথাকিব একোকে শেষতেভবা কথা নহয় সিদ্ধিবাটত আছে কণা বিধিখোজে খোজে খাবাগৈ উজুটি টকা আৰু মানদিনে ৰাতি কামভুল শুদ্ধ নভবাকৈখাব খোজে ধানবন্ধ চকু কাণচিনি পোৱাই টানমৰিবলে হ’লে চাগেল’ব হৰি নামসাবটিছা মিছা মায়াসপোনৰে মাথো ছাঁয়াসাবটিছা মিছা মায়াসপোনৰে মাথো ছাঁয়াধোঁৱা আৰু ধুলিহে শেষতেভবা কথা নহয় সিদ্ধিবাটত আছে কণা বিধিখোজে খোজে খাবাগৈ উজুটি বিবেক আৰু প্রাণতাতকৈ গুলীৰ দামমানুহকৈ কুকুৰে পায়মৰম আৰু মানচৰকাৰে গানমিছা কথাৰ বানগঢ়িব নতুন অসমদিব পৰিত্ৰাণসাবটিছা মিছা মায়াসপোনৰে মাথো ছাঁয়াসাবটিছা মিছা মায়াসপোনৰে মাথো ছাঁয়াধোঁৱা আৰু ধুলিহে শেষতেভবা কথা নহয় সিদ্ধিবাটত আছে কণা বিধিখোজে খোজে খাবাগৈ উজুটিভবা কথা নহয় সিদ্ধিবাটত আছে কণা বিধিখোজে খোজে খাবাগৈ উজুটি Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share