Lyrics: Mur Monore Kalpanat – Zubeen Garg – MAA Album Assamese Lyrics by lyfadmin - March 13, 2019March 17, 20190 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Mur Monore Kalpanat (মোৰ মনৰে কল্পনাত ) Singer : Zubeen Garg Album/Movie : MAA (মা) Lyrics & Composed By: Zubeen Garg Music: Anurag Saikia ♪ ♫ Lyrics ♪ ♫ Mur Monore Kalpanat Jetuka Huwana Mur Premore Thaponat Tulashi Huwana Mur Monore Kalpanat Jetuka Huwana Mur Premore Thaponat Tulashi Huwana Abhinav Moromere Biyakul Korana Mur Monore Kalpanat Jetuka Huwana Mur Premore Thaponat Tulashi Huwana Ashthir Abegor Parax Luwana Abhimani Dusakut Shanti Diyana Ashthir Abegor Parax Luwana Abhimani Dusakut Shanti Diyana Amaya Maromor Subabh Huwana Mur Monore Kalpanat Jetuka Huwana Mur Premore Thaponat Tulashi Huwana Tumatei Hoi Xekh Kamonar Poridhi Ati Ati Pal Mur Ei Pritivi Tumatei Hoi Xekh Kamonar Poridhi Ati Ati Pal Mur Ei Pritivi Kabita Hoi Bukut Tumi Xar Puwana Mur Monore Kalpanat Jetuka Huwana Mur Premore Thaponat Tulashi Huwana Mur Monore Kalpanat Jetuka Huwana Mur Premore Thaponat Tulashi Huwana Mur Monore Kalpanat Jetuka Huwana Mur Premore Thaponat Tulashi Huwana ♪ ♫ Lyrics ♪ ♫ মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অভিনৱ মৰমেৰে বিয়াকুল কৰানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অস্থিৰ আৱেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়ানা অস্থিৰ আৱেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়ানা অময়া মৰমৰ সুবাস হোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা তোমাতেই হৈ শেষ কামনাৰ পৰিধি এটি এটি পল মোৰেই পৃথিৱী তোমাতেই হৈ শেষ কামনাৰ পৰিধি এটি এটি পল মোৰেই পৃথিৱী কবিতা হৈ বুকুত তুমি সাৰ পোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা More Lyrics: Popiya Tora (পপীয়া তৰা) Politics Nokoriba Bondhu (পলিটিক্স নকৰিবা বন্ধু) Mor Maa (মোৰ মা) O’ Deuta (অ’ দেউতা) Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share