Lyrics: Borokha Jetia Naame (বৰষা যেতিয়া নামে) | Zubeen Garg | Rong Assamese Lyrics by lyfadmin - September 6, 2026September 6, 20260 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share . 🎵 Song: Borokha Jetia Naame (বৰষা যেতিয়া নামে) 🎤 Singer: Zubeen Garg (জুবিন গাৰ্গ) ✍️ Lyrics & Composer: Zubeen Garg 💿 Album: Rong (ৰং) ♪ ♫ Lyrics ♪ ♫ বৰষা যেতিয়া নামে বুকুলে এনে লাগে যেন সেয়া তুমিয়েই সুৰে সুৰে দেহ মন নাছিলে এনে লাগে যেন তাতো তুমিয়েই তুমিয়েই ৰচি আচা সুৰৰে এনাজৰি মায়াবী কবিতাটো তুমিয়েই বৰষা যেতিয়া নামে বুকুলেএনে লাগে যেন সেয়া তুমিয়েই জোনাকী দেশৰে সাধুকথা পালো তোমাৰে ওঠতেমায়াবী চাৱনিৰে বহু বেথা পাহৰালা আজি তুমিয়েকিদৰে পাৰ হম সীমাৰ সীপাৰেতোমাক এবাৰ চুবলেদেহে মনে পাবলেলবলে তোমাক এবাৰ বুকুতেদেহে মনে পাবলেলবলে তোমাক এবাৰ বুকুতেআৰু যে মন নভৰে বৰষা যেতিয়া নামে বুকুলেএনে লাগে যেন সেয়া তুমিয়েইসুৰে সুৰে দেহ মন নাছিলেএনে লাগে যেন তাতো তুমিয়েইতুমিয়েই ৰচি আচা সুৰৰে এনাজৰিমায়াবী কবিতাটো তুমিয়েই ।। কেতিয়াবা কিয় বহু দূৰ, কেতিয়াবা কিয় বহু কাষকেতিয়াবা কিয় বহু পথ, কেতিয়াবা কিয় তুমি মোথোঁ দুহাতনিজৰে মাজতে তোমাক বিচাৰিপাওঁ মাথো শুদা হাতঅচিনাকি পৃথিৱীতনাপালোঁ… বিচাৰি সচাঁ মনঅচিনাকি পৃথিৱীতনাপালোঁ… বিচাৰি সচাঁ মনতুমিহে সচাঁ মন ।। বৰষা যেতিয়া নামে বুকুলেএনে লাগে যেন সেয়া তুমিয়েইসুৰে সুৰে দেহ মন নাছিলেএনে লাগে যেন তাতো তুমিয়েইতুমিয়েই ৰচি আচা সুৰৰে এনাজৰিমায়াবী কবিতাটো তুমিয়েই ।। WATCH Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share