Lyrics: Gaane Ki Aane | Zubeen Garg | Anamika Assamese Lyrics by lyfadmin - November 17, 2025November 17, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Title: Gaane Ki Aane (গানে কি আনে) Singer: Zubeen Garg (জুবিন গাৰ্গ ) Lyricist: Hiren Bhattacharya Album: Anamika (অনামিকা) ♪ ♫ Lyrics ♪ ♫ গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি সানে ডাঁৱৰৰ কাণে কাণে ৰামধেনুৰ শিতানে… শিতানে সুৰৰ সোপানে সোপানে গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি সানে ডাঁৱৰৰ কাণে কাণে ৰামধেনুৰ শিতানে… শিতানে সুৰৰ সোপানে সোপানে সৌ আকাশৰ ঢৌ তোলাজোনাকৰ বানেসৌ পথাৰৰ থোৰ মেলাকুমলীয়া ধানেজানো জানেজানো জানেগানে কি আনেকি সানেসুৰৰ সোপানে সোপানেৰামধেনুৰ শিতানে… শিতানেসুৰৰ সোপানে সোপানে গানে শাঁওণৰ আকাশৰ দৰে কান্দেগানে ৰুপহী বিজুলী চমকৰে হাঁহে ।গানে শাঁওণৰ আকাশৰ দৰে কান্দেগানে ৰুপহী বিজুলী চমকৰে হাঁহে ।গানে কি আনে কি সানেসুৰৰ সোপানে সোপানেৰামধেনুৰ শিতানে… শিতানেসুৰৰ সোপানে সোপানেগানে কি আনেসুৰৰ সোপানে সোপানেগানে কি সানেডাঁৱৰৰ কাণে কাণেৰামধেনুৰ শিতানে… শিতানেসুৰৰ সোপানে সোপানে Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share