Lyrics: Niyorore Phool | Mukha | Zubeen Garg | Nabakanta Baruah Assamese Lyrics by lyfadmin - November 16, 2025November 17, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Niyorore Phool (নিয়ৰৰে ফুল) Singer : Zubeen Garg (জুবিন গাৰ্গ ) Album : Mukha ( মুখা ) Tune : Dr. Bhupen Hazarika (ড° ভূপেন হাজৰিকা) Lyricist: Nabakanta Baruah (নৱকান্ত বৰুৱা) ♪ ♫ Lyrics ♪ ♫ নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি যেনি যায় বলাকাই যেনি যায় বলাকাই মেঘ কাগজতে… নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি আইনো জনীৰ চকুৰ মণিতদিনৰ পাহাৰ নাচিছিলসেই পাহাৰেই ৰাতিৰ মায়াতআকাশ হৈ পৰিছিলঅন্ধকাৰৰ এটোপাল মমঅন্ধকাৰৰ এটোপাল মমগান হৈ সৰি পৰিছিলশব্দময়ী পৰীৰ ৰাণীশব্দময়ী পৰীৰ ৰাণীউৰি আহিছিল….গণি গণি, তৰাৰ মালাৰ মণিএপাহ ফুলিলএপাহ সৰিল কেনি ?নিয়ৰৰে ফুলএপাহ ফুলিলএপাহ সৰিল কেনি সেই কন্ঠমণিৰ গুণ-গুণনিসেই কন্ঠমণিৰ গুণ-গুণনিসৰি পৰি, সৰি পৰিবনৰ নিয়ৰ হৈএপাহ ফুলিলএপাহ সৰিল কেনি ?যেনি যায় বলাকাইযেনি যায় বলাকাইমেঘ কাগজতেনেদেখা ৰেখা টানিনিয়ৰৰে ফুলএপাহ ফুলিলএপাহ সৰিল কেনি ?নিয়ৰৰে ফুলএপাহ ফুলিলএপাহ সৰিল কেনি ? WATCH Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share