Lyrics: Keuphale Gujori Gumori (কেওঁফালে গুজৰি গুমৰি) | Zubeen Garg | Hiyamon Assamese Lyrics by lyfadmin - July 24, 2026July 24, 20260 Song : Keuphale Gujori Gumori (কেওঁফালে গুজৰি গুমৰি) Album : Hiyamon (হিয়ামন) Singer : Zubeen Garg (জুবিন গাৰ্গ ) Lyrics/Tune: Diganta Bharati (দিগন্ত ভাৰতী) ♪ ♫ Lyrics ♪ ♫ কেওঁফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন পলকতে উটি গল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল অ' অ'