Lyrics: TUMI JANANE (তুমি জানানে) | Zubeen Garg and Zublee Baruah Assamese Lyrics by lyfadmin - November 9, 2025November 9, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : TUMI JANANE (তুমি জানানে) Singers : Zubeen Garg (জুবিন গাৰ্গ ) & Zublee Baruah (জুবলী বৰুৱা) Theatre : Hengool Theatre Music : Zubeen Garg (জুবিন গাৰ্গ ) Lyricist: Anup Baruah ♪ ♫ Lyrics ♪ ♫ তুমি জানানে সাগৰ গভীৰ কিমান মোৰ মৰমৰ গভীৰতাও সিমান তুমি জানানে আকাশ বিশাল কিমান মোৰ মৰমৰ বিশালতাও সিমানএতিয়া মোৰ চৌপাশে তোমাৰসুৰৰ গুনগুননিএতিয়া মোৰ সকলোতে মাথো তুমিয়েই তুমিতুমি জানানে কিমান আপোন তুমিতুমি জানানে কিমান আপোন তুমিতুমি জানানে সাগৰ গভীৰ কিমানমোৰ মৰমৰ গভীৰতাও সিমানমোৰ মৰমৰ গভীৰতাও সিমান যেন সৰগ ঢুঁকি পাওঁ মই এই মৰতত,যেতিয়া তুমি আহি ৰোৱাহিমোৰে কাষতযেন সৰগ ঢুঁকি পাওঁ মই এই মৰতত,যেতিয়া তুমি আহি ৰোৱাহিমোৰে কাষতদুবাহুত সাবতি ৰাখা মোক তোমাৰতুমি অহাৰ পৰাই মোৰ জীৱন সলনিসাতো ৰঙীন ৰামধেনুতকৈও ৰঙীন তুমিতুমি জানানে কিমান আপোন তুমিতুমি জানানে কিমান আপোন তুমিতুমি জানানে সাগৰ গভীৰ কিমানমোৰ মৰমৰ গভীৰতাও সিমানমোৰ মৰমৰ গভীৰতাও সিমান প্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ,তোমাৰ মৰমৰ কোলাতেই লম জিৰণী ভাগৰতপ্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ,তোমাৰ মৰমৰ কোলাতেই লম জিৰণী ভাগৰতদুয়ো মিলি হম এটি আশা এই ক্ষণতসপোন সপোন লাগে প্ৰতিপল আজিতুমি অহাৰ পৰাই জীৱন সলনিতুমি জানানে কিমান আপোন তুমিতুমি জানানে কিমান আপোন তুমিতুমি জানানে সাগৰ গভীৰ কিমানমোৰ মৰমৰ গভীৰতাও সিমানমোৰ মৰমৰ গভীৰতাও সিমান তুমি জানানে আকাশ বিশাল কিমানমোৰ মৰমৰ গভীৰতাও সিমানমোৰ মৰমৰ বিশালতাও সিমান WATCH Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share