Lyrics: JUN JWOLI | Roi Roi Binale | Zubeen Garg Assamese Lyrics by lyfadmin - October 29, 2025October 30, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : JUN JWOLI (জোন জ্বলি) Singer : Zubeen Garg (জুবিন গাৰ্গ ) Album/Movie : Roi Roi Binale (ৰৈ ৰৈ বিনালে) Lyrics/Music : Zubeen Garg (জুবিন গাৰ্গ ) ♪ ♫ Lyrics ♪ ♫ জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি ৰয় ৷ তুমি নাহিলে সোণৰাতিও নুপুৱায়ভঙা কলিজা মোৰৰৈ ৰৈ বিনায় !জোন জ্বলি শেষ হয়মন গলি শেষ হয়এটি এটি পল যেনবুকু বিদাৰি ৰয় ৷ জীয়া জীয়া সপোনৰিঙা ৰিঙা চোনতুমি মাথোঁ মোৰদূৰণিৰে জোনদুচকুৰে নৈনিৰৱধি বয়উৰুঙা হিয়াতেদুখে কথা কয়জোনাকে চুমি চায়নিচুকায় মোৰ হৃদয়তুমি নায় একো নায়নিশায়ে মাথোঁ বিনায়জোন জ্বলি শেষ হয়মন গলি শেষ হয়এটি এটি পল যেনবুকু বিদাৰি ৰয় ৷ উশাহে উশাহে বেদনা বৰষেসুৰে সুৰে গানেচকুলো তোমাৰেনিথৰ বতাহত সুবাস বিচাৰোঁউকা আঁচলতে এন্ধাৰ বুটলোতমসাৰ এই মায়াএতিয়া আপোনপ্ৰতিদিন প্ৰতিপলধুমুহাৰ নাচোন জোন জ্বলি শেষ হয়মন জ্বলি শেষ হয়এটি এটি পল যেনবুকু বিদাৰি ৰয় ৷তুমি নাহিলে সোণৰাতিও নুপুৱায়ভঙা কলিজা মোৰৰৈ ৰৈ বিনায় ! More Lyrics: Xopun Xopun (সপোন সপোন ) MUR MON (মোৰ মন) Roi Roi Binale (ৰৈ ৰৈ বিনালে ) WATCH Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share