Lyrics: Parbatar Dhekiya Lihiri Potiya | Junbai | Zubeen Garg | Manas Robin Assamese Bihu Song Lyrics by lyfadmin - January 9, 2026January 13, 20260 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Title : Parbatar Dhekiya Lihiri Potiya (পৰ্বতৰ ঢেঁকীয়া লিহিৰিপতীয়া) Album : Junbai (জোনবাই) Singer : Zubeen Garg (জুবিন গাৰ্গ ) Lyrics : Manas Robin (মানস ৰবীন) Music: Manas Robin (মানস ৰবীন) ♪ ♫ Lyrics ♪ ♫ পৰ্বতৰ ঢেঁকীয়া লিহিৰিপতীয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তোৰে লাহী কঁকাল দুছেও তিনিছেওকে ভাগে তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে পৰ্বতৰ ঢেঁকীয়া লিহিৰিপতীয়াবতাহত যেনেকৈ হালেঢোলৰে চাপৰত তোৰে লাহী কঁকালদুছেও তিনিছেওকে ভাগেতোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণইবাঁহী বজাইছিলে চাগেমোৰ মইনা ঐবাঁহী বজাইছিলে চাগে পাহাৰী নিজৰা দেখি ভালে লগাকুলু কুলু কৰি নামেছোৱালী ধুনীয়া মাগুৰ বৰণীয়াকঁকাল খামুচীয়া হ’লেডেকাতো বাদেই দেবুঢ়ায়ো জাঁপ মাৰিববিহু নাচিব পালেমোৰ মইনা ঐবিহু নাচিব পালে ফাগুনৰ পছোৱাই আগলি কলাপাতছিৰিলি ছিৰিলি কৰেযৌৱনৰ ধুমুহা উদঙীয়া মনযেনি তেনি জান ঐ উৰেতোকে দেখাৰ পৰা জাননে বুকুত মোৰঘনাই ভুমিকম্প আহেমোৰ মইনা ঐঘনাই ভুমিকম্প আহে লগৰ সমনীয়া যোৰ পাতি আহেহাঁহি দেখি ভাগৰ লাগেতেনেকৈ নেচাবি চকু থৈ চকুতেবুকুত মেজিৰে জুই জ্বলেতোৰে কাষ চাপি গ’লে মোৰ মৰমীবাঁহী বজাই দিওঁ যেন লাগেমোৰ মইনা ঐবাঁহী বজাই দিওঁ যেন লাগে WATCH Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share