Lyrics: Keuphale Gujori Gumori (কেওঁফালে গুজৰি গুমৰি) | Zubeen Garg | Hiyamon Assamese Lyrics by lyfadmin - July 24, 2026July 24, 20260 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song : Keuphale Gujori Gumori (কেওঁফালে গুজৰি গুমৰি) Album : Hiyamon (হিয়ামন) Singer : Zubeen Garg (জুবিন গাৰ্গ ) Lyrics/Tune: Diganta Bharati (দিগন্ত ভাৰতী) ♪ ♫ Lyrics ♪ ♫ কেওঁফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন পলকতে উটি গল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল অ’ অ’ অ’উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখনকেওঁফালে গুজৰি গুমৰি আহিলে বানউটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখনপলকতে উটি গল গোহালিৰে গৰুহালপলকত নিয়তিয়ে মোক কৰিলে কঙাল নামচাং নৈনামচাং নৈনামচাং নৈকিয়নো আনিলি মৰণৰে বাননামচাং নৈনামচাং নৈনামচাং নৈকিয়নো আনিলি মৰণৰে বানখেতিদৰা উভতাই দে ভঁৰালৰো ধানখেতিদৰা উভতাই দে ভঁৰালৰো ধানঅ’ অ’ অ’আছেনে তোৰ গুৰিতে ইয়াৰে সমিধানকেওঁফালে গুজৰি গুমৰি আহিলে বানউটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখনপলকতে উটি গল গোহালিৰে গৰুহালপলকত নিয়তিয়ে মোক কৰিলে কঙাল বান্ধ ভাঙি খেদি আহে ভদীয়া ধলজিৰাবৰো নাই যে অকনি থলবান্ধ ভাঙি খেদি আহে ভদীয়া ধলজিৰাবৰো নাই যে অকনি থলবানে বানে উটি যাই দুবাহুৰে বলবানে বানে উটি যাই দুবাহুৰে বলঅ’ অ’ অ’মৰি মৰি বাচো আমাৰো যে কপালকেওঁফালে গুজৰি গুমৰি আহিলে বানউটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখনপলকতে উটি গল গোহালিৰে গৰুহালপলকত নিয়তিয়ে মোক কৰিলে কঙালঅ’ অ’ অ’উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখনকেওঁফালে গুজৰি গুমৰি বানউটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখনপলকতে উটি গল গোহালিৰে গৰুহালপলকত নিয়তিয়ে মোক কৰিলে কঙাল Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share