Lyrics: MUR MON | Roi Roi Binale | Zubeen Garg Assamese Lyrics by lyfadmin - October 7, 2025October 9, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : MUR MON (মোৰ মন) Singer : Zubeen Garg (জুবিন গাৰ্গ ) Album/Movie : Roi Roi Binale (ৰৈ ৰৈ বিনালে) Lyrics/Music : Zubeen Garg (জুবিন গাৰ্গ ) ♪ ♫ Lyrics ♪ ♫ মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে মোৰ মন মোৰ বুকুত লিখে একেই আখৰে মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে মোৰ মন দুচকুত অসহায় অকলশৰেমোৰ স্পৰ্শ মোৰ আকাশআঁকেই একেথৰে মোৰ আঁউসীৰ জোনেআজি পোহৰ বিচাৰেমোৰ স্বপ্নভৰা গানেওঁঠেৰে নিগৰেমোৰ ডেউকাৰ ক’লা ৰংশুভ্র হ’ব খোজেমোৰ কাজলী ৰাতিবর্ণিল হ’ব খোজেমোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শৰ বলাকাতবিচাৰা নিজৰ দৰেমোৰ মন হয় পাথৰখুন্দি খুন্দি ভিতৰেমোৰ তীব্র কোলাহলৰচে একেই সাঁথৰেমোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শৰ বলাকাতবিচাৰা নিজৰ দৰে মোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শ মোৰ আকাশআছেই একেথৰে ** Image Courtesy: Google/Youtube Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share