Lyrics: Maya Mathu Maya | Zubeen Garg | মায়া Assamese Lyrics by lyfadmin - September 27, 2025September 27, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Maya Mathu Maya (মায়া মাঁথো মায়া)Album/Movie : Maya (মায়া)Singer : Zubeen Garg (জুবিন গাৰ্গ)Lyrics/Tune : Zubeen Garg (জুবিন গাৰ্গ) ♪ ♫ Lyrics ♪ ♫মায়া… মায়া মাঁথো মায়াতুমি জানো সঁচানে মৰমৰে মায়া,মায়াভৰা দুচকুলৈহিয়াজুৰি আছাহি বৈদূৰণিৰে জোনাকী হৈৰ’লা কিয় হে…মায়া… মায়া মাঁথো মায়াতুমি জানো সঁচানে মৰমৰে মায়া… সাগৰৰ দৰে গভীৰতুমি অনা মৰমকে লৈআছোহি জীয়াই,দেহেমনে আছা যদিবাৰে বাৰে গুচি যোৱামোক কিয় কন্দুৱায়,নানিবা সেমেকা ৰাতিনেলাগে মোক সোঁৱৰণি হে…মায়া… মায়া মাঁথো মায়াতুমি জানো সঁচানে মৰমৰে মায়া… মায়াবিনী সেই ৰাতিআহিছিলো কাষলে তোমাৰদুখ হ’বলে,হাঁহি হাঁহি সাবটিলাঅশ্ৰুভৰা অনুভূতিবোৰমনত গুপনে,মৰমৰ মায়াবী তৃষাদিবহি মাঁথো বেদনা হে…মায়া… মায়া মাঁথো মায়াতুমি জানো সঁচানে মৰমৰে মায়া…মায়াভৰা দুচকুলৈহিয়াজুৰি আছাহি বৈদূৰণিৰে জোনাকী হৈৰ’লা কিয় হে…মায়া… মায়া মাঁথো মায়াতুমি জানো সঁচানে মৰমৰে মায়া… More Lyrics: Mon Jai (মন যায়) Protidine Tumi (প্ৰতিদিনে তুমি) Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share