You are here
Home > Lyrics > Assamese > Lyrics: Protidine Tumi | Zubeen Garg

Lyrics: Protidine Tumi | Zubeen Garg

Protidine Tumi - প্ৰতিদিনে তুমি - Zubeen Garg

Song Title : Protidine Tumi (প্ৰতিদিনে তুমি)
Movie : Rodor Sithi
Singer : Zubeen Garg (জুবিন গাৰ্গ) / Angaraag Mahanta(Papon)

♪ ♫ Lyrics ♪ ♫

প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল (Protidine Tumi Aahi Diya Epahi Phool)
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল (O Jibon Tumi Rohoniya Rongore Bul)

এপাহি হাহি এপাহি দুখ (Epahi Haahi Epahi Dukh)
তাৰেই সজাই তোলো মুখ (Taarei Hojai Tulu Mukh)

আকাশে গাতে ল’বৰে মন (Akakhe Gaate Lobore Mon)
সাগৰ তলিত শুৱৰে মন (Haagor Tolit Hubore Mon)
মনৰ চিলা উৰুৱাই জীৱনে (Monor Sila Uruwai Jibone)
O… আকাশে গাতে ল’বৰে মন (Akakhe Gaate Lobore Mon)
সাগৰ তলিত শুৱৰে মন (Haagor Tolit Hubore Mon)
মনৰ চিলা উৰুৱাই জীৱনে (Monor Sila Uruwai Jibone)
সোণালী হৈ থাকক তোমাৰে মোৰে সময় (Hunali Hoi Thaakok Tumare Mure Homoy)
বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় (Bukuwe Bukuwe Roi Jaai Jen Modhu Moi)

হৃদয় কপোৱা গান এটি (Hridoy Kopuwa Gaan Eti)
পোৱা নোপোৱাৰ সুৰ এটি (Puwa Nupuwar Hur Eti)
তাতেই হেৰাই ছন্দ মোৰ হয়তো বা (Taatei Herai Sondo Mur Hoitu Ba)
O… হৃদয় কপোৱা গান এটি (Hridoy Kopuwa Gaan Eti)
পোৱা নোপোৱাৰ সুৰ এটি (Puwa Nupuwar Hur Eti)
তাতেই হেৰাই ছন্দ মোৰ হয়তো বা (Taatei Herai Sondo Mur Hoitu Ba)
তথাপি সপোনৰ সপোনৰে দিঠকত (Tothapi Hopunor Hopunore Dithokor)
তোমাক আদৰো সেন্দুৰীয়া বাটত (Tumake Aadoru Henduriya Baatot)

প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল (Protidine Tumi Aahi Diya Epahi Phool)
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল (O Jibon Tumi Rohoniya Rongore Bul)
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল (Protidine Tumi Aahi Diya Epahi Phool)
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল (O Jibon Tumi Rohoniya Rongore Bul)
এপাহি হাহি এপাহি দুখ (Epahi Haahi Epahi Dukh)
তাৰেই সজাই তোলো মুখ (Taarei Hojai Tulu Mukh)
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল (Protidine Tumi Aahi Diya Epahi Phool)
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল (O Jibon Tumi Rohoniya Rongore Bul)

Leave a Reply

Top