Lyrics: Mon Jai | Zubeen Garg Assamese Lyrics by lyfadmin - September 20, 2025September 20, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Mon Jai (মন যায়)Singers : Zubeen Garg (জুবিন গাৰ্গ )Lyrics : Diganta BharatiAlbum/Movie : Mon Jai ♪ ♫ Lyrics ♪ ♫ মন যায় মোৰো মন যায়,মন যায় মোৰো মন যায়,চকুত চকু থৈ চাবলে,লাহে লাহে ওচৰ পাবলে,কাষে কাষে খোজ দিবলে,মন যায় মোৰো মন যায়,চকুত চকু থ’ব মন যায় তোমাক দেখা পালে,সপোন জাগি উঠে,বুকুখনি হয় তাজমহল,মন নদী হৈ,মৰম সূঁতি বয়,ঢৌবোৰো তাত হয় সাঁথৰ,সমূখত যেতিয়া তোমাক দেখো,যাযাবৰ অভিমান মুঠিতে ৰাখো,সমূখত যেতিয়া তোমাক দেখো,যাযাবৰ অভিমান মুঠিতে ৰাখো,মন যায় মন যায় মন যায় মন যায় মোৰো মন যায়,মন যায় মোৰো মন যায় মোৰ বুলিবলে আছেহি বুকুমৌ-মিঠা তোমাৰে অনুভৱ,ভয় লাগে জানাক’থাৰে ক’বলে,নাম দিয়া জানোছা সিহৰণ,ক’বানে কিয় এনে ভাললগাঅসহায় অসহায় নিৰৱতা,ক’বানে কিয় এনে ভাললগাঅসহায় অসহায় নিৰৱতামন যায় মন যায় মন যায় উদাসী উদাসী গধুৰ পলকতেজোৰ সপোন আহি বহে,চুবুৰীয়া বহু সিহৰণে আহিমোক অকলশৰীয়া কৰে,মোৰ খোজৰ বাটত ছাঁয়া নামে,তুমি পোহৰ দিয়া সাহনো বাঢ়ে,মোৰ খোজৰ বাটত ছাঁয়া নামে,তুমি পোহৰ দিয়া সাহনো বাঢ়ে,মন যায় মন যায় মন যায় মন যায় মোৰো মন যায়,মন যায় মোৰো মন যায় আৰু কিছু বেলি দেখা দিবা নেকিতোমাক চোৱাৰ বতৰ এইয়াহৃদয়ৰে বাকী তেজ সিচিঁ সিচিঁতোমাক ভবাৰ বতৰ এইয়াদুচকুৰে আহা ফুলে হাহেঁআঁৰ হৈ আতঁৰা কাইটে খুচেদুচকুৰে আহা ফুলে হাহেঁআঁৰ হৈ আতঁৰা কাইটে খুচেমন যায় মন যায় মন যায়মন যায় মোৰো মন যায়, মন যায় মন যায় মন যায়চকুত চকু থ’ব মন যায় টুকুৰা টুকুৰা ভাঙি গুড়ি হোৱা,মনটোক কিদৰে জোৰা দিওঁ,খেলিমেলিবোৰে ধুই সেতা কৰা,বুকুত কিহৰেনো ৰং সানো;বেদনা বেদনা মোৰ ভালপোৱা,তোমাক হেৰুৱাই পাথৰ হিয়া,বেদনা বেদনা মোৰ ভালপোৱা,তোমাক হেৰুৱাই পাথৰ হিয়ামন যায় মন যায় মন যায়, মন যায় মোৰো মন যায়,মন যায় মোৰো মন যায় সুখী হৈয়ে ৰোৱা মই অবিহনে,এয়া মোৰে শুভকামনা,লাহে লাহে আঁতৰাই আনি ল’লোমই মুখ তোমাৰ পৰা,কিনো হ’ল,সপোন সপোনেই ৰ’ল,সাধনা আজি যে আধৰুৱা হ’ল,কিনো হ’ল,সপোন সপোনেই ৰ’ল,সাধনা আজি যে আধৰুৱা হ’ল,মন যায় মন যায় মন যায়, মন যায় মন যায় মন যায়,চকুত চকু থ’ব মন যায়মন যায় মন যায় মন যায়,মন যায় মন যায় মন যায়,চকুত চকু থ’ব মন যায়মন যায় মন যায় মন যায় Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share