Lyrics: Monole Ubhoti Ahe Lorali | DAAG | Zubeen Garg & Diganta Bharati Assamese Lyrics by lyfadmin - October 25, 2025October 25, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Monole Ubhoti Ahe Lorali (মনলে উভতি আহে ল’ৰালি) Movie : Daag (দাগ) Singer(s) : Zubeen Garg (জুবিন গাৰ্গ) & Diganta Bharati (দিগন্ত ভাৰতী) Lyricist: Diganta Bharati (দিগন্ত ভাৰতী) Music: Zubeen Garg (জুবিন গাৰ্গ) ♪ ♫ Lyrics♪ ♫ মনলে উভতি আহে ল’ৰালিতোৰে মোৰে এটি এটি ধেমালিআছিলো তোৰে মৰমতে খেলিমোৰো ভাল লাগে তাকে সুঁৱৰিঅ’…অ’…অ’…মনলে উভতি আহে ল’ৰালিতোৰে মোৰে এটি এটি ধেমালি তোকে লৈ দেখো মইমোৰে বুকুৰে এটি এটি সপোনআৱেগে ওপচে ভাৱিলে তয়েতোমোৰ আশাৰে জোনময়ো দেখো সপোনদিনে-ৰাতিয়ে চোনপ্রায়ে আজিকালিল’ৰালি আজিওঁ চোন আঁতৰা নাইকিনো ক’ম দাদা ময়ো তোৰেহে ভাইমনলে উভতি আহে ল’ৰালিতোৰে মোৰে এটি এটি ধেমালি কিদৰে পাহৰোতোৰে মৰমকে তোৰে চেনেহকেকথা দিলো আজি আনিমেই আজুৰিতোৰে সপোনকেআগলৈ হ’বি তই মোৰ পৰিচয়আৰু লাগিছেনো কি ?মোৰো মন তোলৈকে আনিম এজনীবহুতৰ মাজৰ পৰা বাচি বাচিকইনা সাজে আহিব নবৌ জনীমানুহে মানুহ ভৰিব ৰভাতলীঅ’…অ’…অ’…অ’… More Lyrics: Mayabini Ratir Bukut (মায়াবিনী ৰাতিৰ বুকুত) Protidine Tumi (প্ৰতিদিনে তুমি) Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share