Lyrics: Kore Pora Ahi | Roi Roi Binale | Zubeen Garg | Neel Akash | RGS Assamese Lyrics by lyfadmin - March 1, 2026March 1, 20260 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song : Kore Pora Ahi (ক’ৰে পৰা আহি)Movie: Roi Roi Binale (ৰৈ ৰৈ বিনালে)Singer : Neel AkashComposition: Zubeen GargLyrics : Rahul Gautam SharmaMusic: Zubeen Garg (জুবিন গাৰ্গ ) & Ishanu ♪ ♫ Lyrics ♪ ♫ Dancing in the drizzleTry’nna solve your riddleI don’t know where to find yourI am searching in the darkTry’nna follow your sparkI don’t know how to name youTill the moon and backPouring all that I haveFalling for you again and againDancing in the drizzleTry’nna solve your riddleI don’t know where to find your ক’ৰে পৰা আহিনিজৰ কৰি ল’লি মোকমোৰে মনত বহি নিগাজীকৈমনৰ খবৰ কাকত এতিয়া প্ৰতিটো পাততমাথোঁ তোৰে নামৰ বাতৰি লৈমোৰ বুকুৰে ঘৰ ঘেৰি লৈ ফুলিছেএটি ফুল তোৰে নামেৰে তোৰে দিশলে’বেলিমুৱাক’ৰে পৰা আহিনিজৰ কৰি ল’লি মোকমোৰে মনত বহি নিগাজীকৈ ধপধপনিৰ ধৰফৰণিতবৈ গ’লোঁ মই মায়া ঘূলি লৈভৰা আকাশৰ তিৰবিৰণিককৈ দিলোঁ মই মোৰ বুলি তইমোৰ সপোনৰ তই টোপনিমোৰ টোপনিৰ তই শেতেলিমোৰ ঠিকনাৰ তই পদূলিমোৰ মৰণৰে সমাধিমোৰ কবিতাৰ তই চিঞাহীমোৰ ভাগৰৰ তই আহৰিমোৰ কামনাৰ তই সঁহাৰিমোৰ জোনাকৰে ৰজনীমোৰ বুকুৰে ঘৰ ঘেৰি লৈ ফুলিছেএটি ফুল তোৰে নামেৰে তোৰে দিশলে’বেলিমুৱা ক’ৰে পৰা আহিনিজৰ কৰি ল’লি মোকমোৰে মনত বহি নিগাজীকৈমনৰ খবৰ কাকত এতিয়া প্ৰতিটো পাততমাথোঁ তোৰে নামৰ বাতৰি লৈমোৰ বুকুৰে ঘৰ ঘেৰি লৈ ফুলিছেএটি ফুল তোৰে নামেৰে তোৰে দিশলে’বেলিমুৱা Translation:From where have you comeTo make me yoursTo rest in my mind foreverThe mind’s news-letter with each and every page nowCarries only the stories of youEncompassing the whole of my heart, bloomsA flower in your name glancing at youTowards the sunFrom where have you comeTo make me yoursTo rest in my mind forever Heart beats so fast it keeps in the whirl of illusionSaid to starry shining skythat you belong to only meYou are the slumber of my dreamsYou are the pallet to my sleepMy abode rests in your yardMy death lies in youYou are the ink to my coupletThe leisure to my fatigueThe resonance to my desiresYou are the night of my moonbeamsEncompassing the whole of my heart, bloomsA flower in your name glancing at youTowards the sun Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share