Lyrics: Dhiniki Dhin Dau | Zubeen Garg | Lajuki Mon Assamese Lyrics by lyfadmin - January 13, 2026January 13, 20260 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share ♫ Song : Dhiniki Dhin Dau (ধিনিকি ধিন দাওঁ) ♫ Album : LAJUKI MON ♫ Singer : ZUBEEN GARG (জুবিন গাৰ্গ) ♫ Lyrics & Composition : ZUBEEN GARG ♫ Music : ZUBEEN GARG, MANAS ROBIN, ARUP DUTTA ♪ ♫ Lyrics ♪ ♫ ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ ঢোলে গৰজিলে গাঁৱে গাঁৱে ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ ঢোলে গৰজিলে বুকুতে উৰুঙা উৰুঙা মাঘৰে বিহু সেমেকা সেমেকা ৰঙালী বিহু উৰুঙা উৰুঙা মাঘৰে বিহু সেমেকা সেমেকা ৰঙালী বিহুহাই হাই ঐ তোৰেহে মুখনি নেদেখোহাই হাই ঐ জোন যেন মুখনি নেদেখোধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁঢোলে গৰজিলে গাঁৱে গাঁৱেধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁধূলি উৰুৱালে চেঁৱে চেঁৱেহাই হাই ঐ তোৰেহে মুখনি নেদেখোউৰুঙা উৰুঙা মাঘৰে বিহুসেমেকা সেমেকা ৰঙালী বিহু পঢ়া শুনা কৰি বিচাৰি চাকৰিএৰিছিলো ভেটি তোকহে সুঁৱৰিএদিন দুদিন কৰি বছৰ গ’ল বাগৰিআহিলো উভতি তোকহে বিচাৰিধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁঢোলে গৰজিলে বুকুতেধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁঢোলে গৰজিলে গাঁৱে গাঁৱেহাই হাই ঐ তোৰেহে মুখনি নেদেখোউৰুঙা উৰুঙা মাঘৰে বিহুসেমেকা সেমেকা ৰঙালী বিহু কিনো কেনা লাগিল মোৰ মৰমতেক’ব পাৰিবনে চকুত চকু ৰাখিধনৰে দুখীয়া যদিওবা মইমনৰে দুখীয়া নাছিলো কদাপিধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁঢোলে গৰজিলে বুকুতেধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁএৰি গুচি গলি হঠাতেহাই হাই ঐ তোৰেহে মুখনি নেদেখোহাই হাই ঐ জোন যেন মুখনি নেদেখোউৰুঙা উৰুঙা মাঘৰে বিহুসেমেকা সেমেকা ৰঙালী বিহুউৰুঙা উৰুঙা মাঘৰে বিহুসেমেকা সেমেকা ৰঙালী বিহুউৰুঙা উৰুঙা মাঘৰে বিহুসেমেকা সেমেকা ৰঙালী বিহুধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁঢোলে গৰজিলে গাঁৱে গাঁৱে Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share