Lyrics: Maghor Bihu Ahil Moina | Neel Akash Assamese Bihu Song Lyrics by lyfadmin - January 7, 2026January 7, 20260 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Title: Maghor Bihu Ahil Moina (মাঘৰ বিহু আহিল মইনা) Singer: Neel Akash (নীল আকাশ) Album: Rangdhali 2011 ♪ ♫ Lyrics ♪ ♫ আহ ঐ আহ সমনীয়া অসমীয়াৰ কৃষ্টি মাঘ আৰু কঙালী ঐ বহা’গতে ধেমালী কৰো ঐ সবে মিলি হুঁচৰি জোৰো সোণৰ মইনা ৰূপৰ মইনা তোমালোকৰ ঘৰলৈ সোণৰ মইনা ৰূপৰ মইনা সদায় যাব পাৰো মই ঐ মাঘৰ বিহু আহিল মইনামাঘৰ বিহু আহিলমেজিৰ জুইয়ো জ্বলিল মইনামেজিৰ জুইয়ো জ্বলিলমাঘৰ বিহু আহিল মইনামাঘৰ বিহু আহিলমেজিৰ জুইয়ো জ্বলিল মইনামেজিৰ জুইয়ো জ্বলিলঅসমীয়াৰ মন প্ৰাণৰঙে ৰসে ভৰিল… মইনাৰঙে ৰসে ভৰিলঐ বহা’গ বিহু আহিল মইনাবহা’গ বিহু আহিলঢোল পেপাই মাতিল মইনাঢোল পেপাই মাতিলবহা’গ বিহু আহিল মইনাবহা’গ বিহু আহিলঢোল পেপাই মাতিল মইনাঢোল পেপাই মাতিলগছৰ ডালত কুলি চৰাইৰহিয়া ভঙা কান্দোন মইনাহিয়া ভঙা কান্দোনগছৰ ডালত কুলি চৰাইৰহিয়া ভঙা কান্দোন মইনাহিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনামাঘৰ বিহু আহিল চাউল চালিবলৈ সুবৰ্ণ চালনীধানে জাৰিবলৈ কোলাআমাৰ জীৱনলৈ আশা নকৰিবাআমি নহয় শিমলু তুলাচাউল চালিবলৈ সুবৰ্ণ চালনীধানে জাৰিবলৈ কোলাআমাৰ জীৱনলৈ আশা নকৰিবাআমি নহয় শিমলুতুলা… মইনা বাখৰ ঐজীৱন বিশাল সাগৰ ঐতুলসীৰ তলে তলে মৃগ পহু চৰে মইনাআশাৰ বন্তি জ্বলে মাঘৰ বিহু আহিল মইনামাঘৰ বিহু আহিল দেউতাৰ পদূলিত গোন্ধাইছে… মাধুৰিকেতেকী মলে-মলাইএ জানৈ… চতাই পৰে বটত জানৈপহু জাল পাতিলো… এ জানৈচতাইতে হে গধূলি হ’ল খেতি -পথাৰ ভৰিল মইনাখেতি-পথাৰ ভৰিলসোণ গুটি লাগিল মইনাসোণ গুটি লাগিলখেতি -পথাৰ ভৰিল মইনাখেতি-পথাৰ ভৰিলসোণ গুটি লাগিল মইনাসোণ গুটি লাগিলসেউজীয়া পথাৰখনি সোণালী হৈ পৰিল… মইনাসোণালী হৈ পৰিলমনৰ হেঁপাহ বাঢ়িল মইনামনৰ হেঁপাহ বাঢ়িলবুকুৰ আশা বাঢ়িল মইনাবুকুৰ আশা বাঢ়িলঅজানিতে তোমালৈ মোৰকিনো মৰম জাগিল মইনাকিনো মৰম জাগিল মনৰ হেঁপাহ বাঢ়িল মইনামনৰ হেঁপাহ বাঢ়িল জীয়ৰী হ’বলৈ লাগে ক’ত বেলিবোৱাৰী হ’বলৈ টানলখিমী বোৱাৰী পালেহে জানিবাৰাখিব ঘৰৰে মান মানে মইনা বাখৰ ঐনলগাবা জগৰ ঐএবাৰ যৌৱন হেৰাই গ’লেপাবা জানো ঘূৰাই মইনাপাবা জানো ঘূৰাই… অজানিতে তোমালৈ মোৰকিনো মৰম জাগিল মইনাকিনো মৰম জাগিল তুলসীৰ তলে তলে মৃগ পহু চৰে মইনাআশাৰ বন্তি জ্বলে Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share