Lyrics: Hunere Hojuwa Poja | Zubeen Garg | Mukti Assamese Lyrics by lyfadmin - November 16, 2021September 20, 20250 Song Title : Hunere Hojuwa Poja (সোণেৰে সজোৱা পজা) Singer : Zubeen Garg (জুবিন গাৰ্গ ) Album/Movie : Mukti (মুক্তি) ♪ ♫ Lyrics ♪ ♫ সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… এধানী এধানী কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি