Daily Life

Lyrics: MUR MON | Roi Roi Binale | Zubeen Garg

Lyrics - Mur Mon - Roi Roi Binale- Zubeen Garg

Song Title      : MUR MON (মোৰ মন)
Singer           : Zubeen Garg (জুবিন গাৰ্গ )
Album/Movie  : Roi Roi Binale (ৰৈ ৰৈ বিনালে)
Lyrics/Music    : Zubeen Garg  (জুবিন গাৰ্গ )

♪ ♫ Lyrics ♪ ♫

মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আছেই একেথৰে
মোৰ মন মোৰ বুকুত
লিখে একেই আখৰে
মোৰ মন মোৰ ছবি
আঁকে একেই সাঁথৰে
মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আঁকেই একেথৰে

মোৰ আঁউসীৰ জোনে
আজি পোহৰ বিচাৰে
মোৰ স্বপ্নভৰা গানে
ওঁঠেৰে নিগৰে
মোৰ ডেউকাৰ ক’লা ৰং
শুভ্র হ’ব খোজে
মোৰ কাজলী ৰাতি
বর্ণিল হ’ব খোজে
মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শৰ বলাকাত
বিচাৰা নিজৰ দৰে
মোৰ মন হয় পাথৰ
খুন্দি খুন্দি ভিতৰে
মোৰ তীব্র কোলাহল
ৰচে একেই সাঁথৰে
মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শৰ বলাকাত
বিচাৰা নিজৰ দৰে

মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আছেই একেথৰে

** Image Courtesy: Google/Youtube

Exit mobile version