♫ Song : Dhiniki Dhin Dau (ধিনিকি ধিন দাওঁ)
♫ Album : LAJUKI MON
♫ Singer : ZUBEEN GARG (জুবিন গাৰ্গ)
♫ Lyrics & Composition : ZUBEEN GARG
♫ Music : ZUBEEN GARG, MANAS ROBIN, ARUP DUTTA
♪ ♫ Lyrics ♪ ♫
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
ঢোলে গৰজিলে গাঁৱে গাঁৱে
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
ঢোলে গৰজিলে বুকুতে
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
হাই হাই ঐ তোৰেহে মুখনি নেদেখো
হাই হাই ঐ জোন যেন মুখনি নেদেখো
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
ঢোলে গৰজিলে গাঁৱে গাঁৱে
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
ধূলি উৰুৱালে চেঁৱে চেঁৱে
হাই হাই ঐ তোৰেহে মুখনি নেদেখো
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
পঢ়া শুনা কৰি বিচাৰি চাকৰি
এৰিছিলো ভেটি তোকহে সুঁৱৰি
এদিন দুদিন কৰি বছৰ গ’ল বাগৰি
আহিলো উভতি তোকহে বিচাৰি
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
ঢোলে গৰজিলে বুকুতে
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
ঢোলে গৰজিলে গাঁৱে গাঁৱে
হাই হাই ঐ তোৰেহে মুখনি নেদেখো
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
কিনো কেনা লাগিল মোৰ মৰমতে
ক’ব পাৰিবনে চকুত চকু ৰাখি
ধনৰে দুখীয়া যদিওবা মই
মনৰে দুখীয়া নাছিলো কদাপি
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
ঢোলে গৰজিলে বুকুতে
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
এৰি গুচি গলি হঠাতে
হাই হাই ঐ তোৰেহে মুখনি নেদেখো
হাই হাই ঐ জোন যেন মুখনি নেদেখো
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
ধিনিকি ধিন দাওঁ ধিনিকি ধিন দাওঁ
ঢোলে গৰজিলে গাঁৱে গাঁৱে
