Lyrics: SILAA (চিলা) – Zubeen Garg (জুবিন গাৰ্গ) Assamese Lyrics by lyfadmin - October 18, 2020October 21, 20200 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : SILAA (চিলা) Singers : Zubeen Garg (জুবিন গাৰ্গ) Lyrics/Composer: Zubeen Garg Music : Zubeen Garg Album : SILAA ♪ ♫ Lyrics ♪ ♫ চিলা চিলা চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে চিলা চিলা চিলা মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে-পাশে চিলনীৰ জাক উৰে ময়ো তাকে খেদি যাওঁ সূতা কাটি গ’লেও তোৰেই ঘৰ পাওঁ চিলা চিলা চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে চিলা চিলা চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই মনৰ আশে-পাশে বৰষাৰে এই গুণ-গুণ ৰুণুক জুনোক সুমধূৰ উৰিব নোৱাৰোঁ বৰ কামোৰ সদায় উৰিবলে মন যায় আকাশ ভেদি ভেদি মোৰ ছিগি হ’লেও পৰিম আঁচলতে তোৰ চিলনীৰ জাক উৰে ময়ো তাকে খেদি যাওঁ সূতা কাটি গ’লেও তোৰেই ঘৰ পাওঁ চিলা চিলা চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই মনৰ আশে-পাশে উখল-মাখল মোৰ সপোন হাতৰ পাঁকতে তোৰ ঘূৰা ঘূৰা লেটাই ঘূৰা মই আদিম নাচোনৰে মই পগলা নাচোনৰে পখিলা তালে তালে তোৰ ছন্দত মই নাচিম চিলনীৰ জাক উৰে ময়ো তাকে খেদি যাওঁ সূতা কাটি গ’লেও তোৰে ঘৰ পাওঁ চিলা চিলা চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে…… ♪ ♫ Lyrics ♪ ♫ Silaa Silaa Silaa Moi Tur Akoshore Uri Uri Furu Moi Dawore Puhore Silaa Silaa Silaa Moi Tur Akoshore Ghuri Ghuri Phuru Moi Monor Aashe Pashe Silornir Jak Ure Moiu Take Khedi Jau Xuta Kati Goleu Turei Ghor Pau Silaa Silaa Silaa Moi Tur Akoshore Uri Uri Furu Moi Dawore Puhore Silaa Silaa Silaa Moi Tur Akoshore Uri Uri Furu Moi Monor Aashe Pashe Boroxare Ei Gun Gun Runuk Junuk Xumadhur Uribo Nuwaru Bor Kamur Xodai Uriboloi Mon Jai Akash Bhedi Bhedi Mur Sigi Holeu Porim Asolote Tur Silornir Jak Ure Moiu Take Khedi Jau Xuta Kati Goleu Turei Ghor Pau Silaa Silaa Silaa Moi Tur Akoshore Uri Uri Furu Moi Monor Aashe Pashe Ukhal Makhal Mur Xapun Hator Pakote Tur Ghura Ghura Letai Ghurai Moi Anim Nasonare Moi Pogola Nasonare Pokhila Tale Tale Tur Chandat Moi Nasim Silornir Jak Ure Moiu Take Khedi Jau Xuta Kati Goleu Turei Ghor Pau Silaa Silaa Silaa Moi Tur Akoshore Uri Uri Furu Moi Dawore Puhore ** Image Credit: Google/Youtube Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share