Lyrics: Morilong Morilong Lagi Jai – Bihu – Zubeen Garg & Zublee Barua Assamese Lyrics by lyfadmin - April 24, 2021April 24, 20210 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Morilong Morilong Lagi Jai (মৰিলং মৰিলং লাগি যায়) Singers : Zubeen Garg (জুবিন গাৰ্গ) & Zublee Barua (জুবলী বৰুৱা) Lyrics : Bipin Chaudang Album/Movie : Nahor 2016 (নাহৰ ২০১৬) ♪ ♫ Lyrics ♪ ♫ মৰিলং মৰিলং লাগি যায় চুইলং চুইলং লাগি যায় মৰিলং মৰিলং লাগি যায় ধৰিলং ধৰিলং লাগি যায় মৰিলং মৰিলং লাগি যায় চুইলং চুইলং লাগি যায় ফুলে সোণাৰু হালধীয়া হালধীয়া চিঙি লং চিঙি লং লাগি যায় হ’লা নাজিতৰা ধুনীয়া মোহনীয়া ধৰিলং ধৰিলং লাগি যায় ফুলে সোণাৰু হালধীয়া হালধীয়া চিঙি লং চিঙি লং লাগি যায় হ’লা নাজিতৰা ধুনীয়া মোহনীয়া ধৰিলং ধৰিলং লাগি যায় বগাব নোৱাৰোঁ ডালত নাজিতৰা পৰিলং পৰিলং লাগি যায় তুমি থাকা বাপেৰৰ ঘৰত নাজিতৰা আনি লং আনি লং লাগি যায় তোমাক নেপাং নেপাং লাগিলে ভাবিলে মৰিলং মৰিলং লাগি যায় মৰিলং মৰিলং লাগি যায় অ‘ ফুলে মালতী মোহনীয়া মোহনীয়া চিঙি লং চিঙি লং লাগি যায় হ‘লা সোণামুৱা ধুনীয়া মৰমলগা ধইলং ধইলং লাগি যায় ফুলে মালতী মোহনীয়া মোহনীয়া চিঙি লং চিঙি লং লাগি যায় হ‘লা সোণামুৱা ধুনীয়া মৰমলগা ধইলং ধইলং লাগি যায় উঠিব নোৱাৰোঁ গছত সোণামুৱা পৰিলং পৰিলং লাগি যায় কিমান থাকিম পিতাইদেউৰ ঘৰত সোণামুৱা তোলৈ যাং তোলৈ যাং লাগি যায় তোমাক নেপাং নেপাং লাগিলে ভাবিলে মৰিলং মৰিলং লাগি যায় মৰিলং মৰিলং লাগি যায় মৰিলং মৰিলং লাগি যায় ধইলং ধইলং লাগি যায় মৰিলং মৰিলং লাগি যায় চিঙি লং চিঙি লং লাগি যায় পকা সুমথিৰা ধুনীয়া লুভনীয়া পালে খাং পালে খাং লাগি যায় তুমি মোৰ যৌৱনৰ যুৰীয়া নিয়মীয়া চালে চাং চালে চাং লাগি যাই পকা সুমথিৰা ধুনীয়া লুভনীয়া পালে খাং পালে খাং লাগি যায় তুমি মোৰ যৌৱনৰ যুৰীয়া নিয়মীয়া চালে চাং চালে চাং লাগি যাই থাকিব নোৱাৰোঁ ঘৰত নাজিতৰা ক’লৈ যাং ক’লৈ যাং লাগি যাই তোমাক মনত পৰি থাকে নাজিতৰা আনি লং আনি লং লাগি যাই তোমাক নেপাং নেপাং লাগিলে ভাবিলে মৰিলং মৰিলং লাগি যায় মৰিলং মৰিলং লাগি যায় অ বিলৰে মেটেকা ধুনীয়া লুভনীয়া পালে খাং পালে খাং লাগি যায় তুমি যৌৱনৰ যুৰীয়া নিয়মীয়া চালে চাং চালে চাং লাগি যাই বিলৰে মেটেকা ধুনীয়া লুভনীয়া পালে খাং পালে খাং লাগি যায় তুমি যৌৱনৰ যুৰীয়া নিয়মীয়া চালে চাং চালে চাং লাগি যাই সাঁতোৰিব নোৱাৰোঁ দহত সোণামুৱা ডুবিলং ডুবিলং লাগি যায় সদাই পৰি থাকে মনত সোণামুৱা খুলি কং খুলি কং লাগি যায় তোমাক নেপাং নেপাং লাগিলে ভাবিলে মৰিলং মৰিলং লাগি যায় মৰিলং মৰিলং লাগি যায় মৰিলং মৰিলং লাগি যায় ধইলং ধইলং লাগি যায় মৰিলং মৰিলং লাগি যায় চুইলং চুইলং লাগি যায় মৰিলং মৰিলং লাগি যায় চুইলং চুইলং লাগি যায় মৰিলং মৰিলং লাগি যায় চুইলং চুইলং লাগি যায় Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share