Lyrics: Maa Ami Sadiyale Jame By Khagen Mahanta Assamese Lyrics by lyfadmin - December 17, 2020December 17, 20200 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Maa Ami Sadiyale Jame (মা আমি শদিয়ালে যামে) Singer : Khagen Mahanta (খগেন মহন্ত) ♪ ♫ Lyrics ♪ ♫ মা আমি শদিয়ালে যামে মা আমি সতফুল খামে মা আমি শদিয়ালে যামে মা আমি সতফুল খামে বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোণ বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লোণ মা আমি শদিয়ালে যামে মা আমি সতফুল খামে মা আমি শদিয়ালে যামে মা আমি সতফুল খামে শদিয়া নো কি ৰিং এটাৰ বাট সতফুলবোৰ ফুলি থাকে তাত শদিয়া নো কি ৰিং এটাৰ বাট সতফুলবোৰ ফুলি থাকে তাত যিহে হালে জালে নাচৰ তালে তালে কেঁচা কোমল পাত কেঁচা কোমল পাত খান্দিম আমি খান্দিম মা নৈৰ বালিত সোণ খান্দিম আমি খান্দিম মা নৈৰ বালিত সোণ মা আমি শদিয়ালে যামে মা আমি সতফুল খামে শদিয়ানো কি আৰু উজাই যাম গৈ গৈ গৈ চামপো নৈ পাম শদিয়ানো কি আৰু উজাই যাম গৈ গৈ গৈ চামপো নৈ পাম মানস সৰোবৰত ৰাতিপুৱাৰ পৰত মানস সৰোবৰত ৰাতিপুৱাৰ পৰত এবাৰ গা ধুই চাম এবাৰ গা ধুই চাম হিমালয় বগাই তেতিয়া মা থপিয়াই ধৰিম জোন মা চাই থাকাচোন হিমালয় বগাই তেতিয়া মা থপিয়াই ধৰিম জোন মা চাই থাকাচোন মা আমি শদিয়ালে যামে মা আমি সতফুল খামে মা আমি শদিয়ালে যামে মা আমি সতফুল খামে বান্ধিম আমি বান্ধিম মা ** Image Courtesy: Google/Youtube Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share